Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঋণ from অসমীয়া dictionary with examples, synonyms and antonyms.

ঋণ   বিশেষ্য

Meaning : এজন ব্যক্তি বা সংস্থাৰ দ্বাৰা আন ব্যক্তি বা সংস্থাৰ প্রতি আগবঢ়াবলগীয়া সেৱা

Example : হিন্দু ধর্ম অনুসৰি মাতৃঋণ, পিতৃঋণ, গুৰুঋণ তথা দেৱঋণ এই চাৰিটা মুখ্য ঋণ

Meaning : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন

Example : তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে

Synonyms : ধাৰ