Meaning : কোনো বস্তু বা জীৱক উৰিবলৈ প্রবৃত্ত কৰা
Example :
পাইলটে উৰাজাহাজ উৰায়
Meaning : এবাৰত হেঁ্চা প্রয়োগ বা বল দি পৃথক কৰা বা কাটি দূৰলৈ পেলোৱা
Example :
সৈনিকে শত্রুৰ শিৰ উৰাই দিলে
Synonyms : উৰাই দিয়া
Meaning : বতাহত ইফালে-সিফালে বিচৰণ কৰোৱা বা প্রসাৰিত কৰোৱা
Example :
হোলীত মানুহে আবিৰ আৰু ফাকুৱা উৰায়