Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উৎসৱ from অসমীয়া dictionary with examples, synonyms and antonyms.

উৎসৱ   বিশেষ্য

Meaning : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

Example : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

Synonyms : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ

Meaning : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি

Example : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?

Synonyms : সমাৰোহ

Meaning : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

Example :

Synonyms : উছব, মহোৎসৱ, মেলা, সমাৰোহ