Subscribe
URL of the page has been copied to clipboard.
Meaning : * উৎপন্ন হোৱা বা অস্তিত্বলৈ অহা
Example : অত্যাধিক জনসংখ্যা বৃদ্ধিৰ কাৰণে বহুতো সমস্যাৰ জন্ম হয়
Synonyms : জন্ম হোৱা
Meaning : জন্ম হোৱা
Example : এই বছৰ খেতিত অত্যধিক শস্য উৎপন্ন হৈছে
Install App