Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম আদিত খৰ-খেদা কৰা ব্যক্তি
Example : এটা উৎপতীয়াৰ কাৰণে এই কামটো বেয়া হৈ গʼল
Synonyms : খটখটীয়া, চতফতীয়া, চতবতীয়া
Meaning : যিজনে বৰ উৎপাত কৰে
Example : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে
Synonyms : খটাসুৰ, দুষ্ট, বদমাচ
Meaning : যি উপদ্রৱ কৰে
Example : তেওঁ এজন ্উৎপতীয়া ব্যক্তি
Synonyms : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, বদমাচ
Install App