Subscribe
URL of the page has been copied to clipboard.
Meaning : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
Example : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
Synonyms : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, বিহ্বলতা
Meaning : আতুৰ হোৱা অৱস্থা
Example : দুবছৰ ধৰি ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে তেওঁৰ ্উৎকণ্ঠা বাঢ়ি গৈ আছে
Synonyms : অধীৰতা, আতুৰতা, কাতৰতা, ব্যগ্রতা
Meaning : কোনো কথা জানিবলৈ বৰ ইচ্ছা কৰা
Example : শিশুৰ মনত সকলো বস্তুৰ প্রতি কৌতূহল জন্মে
Synonyms : উৎসুকতা, কৌতূহল, জিজ্ঞাসা
Install App