Subscribe
URL of the page has been copied to clipboard.
Meaning : উষ্ণ হোৱা অৱস্থা বা ভাব
Example : গৰমৰ দিনত উষ্ণতা বৃদ্ধি পায়
Synonyms : উত্তাপ, উমাজাল, তাপ
Meaning : বিজুলী, জুই বা প্রাকৃতিকভাৱে উৎপন্ন হোৱা এবিধ শক্তি, যাৰ প্রভাৱত বস্তু গৰম হয়, গলে বা ভাপ হৈ উৰি যায় আৰু যাৰ পৰা গৰম বা জ্বলা-পোৰা অনুভৱ কৰা যায়:তাপত হাত পুৰি গৈছে
Example :
Synonyms : উত্তাপ, উমাজাল, উষ্ণত্ব, তাপ
Meaning : শৰীৰত জ্বলা-পোৰা কৰা এক প্রকাৰৰ ৰোগ যাৰ বাবে কেতিয়াবা কেতিয়াবা শৰীৰত কিছুমান দানা সদৃশ গুটিও ওলায়
Example : তেওঁ ইষদোষ্ণতাত ভুগিছে
Synonyms : ইষদোষ্ণতা, উত্তাপ
Install App