Subscribe
URL of the page has been copied to clipboard.
Meaning : উষ্ণতা বা তাপ থকা
Example : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
Synonyms : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, গৰম, তপত, তপ্ত, তাপময়, তাপযুক্ত
Meaning : ৰং সিদ্ধান্ত অনুসৰি উষ্ণতা প্রদান কৰোতা
Example : ৰঙা এবিধ উষ্ণ ৰং
Synonyms : গৰম
Install App