Subscribe
URL of the page has been copied to clipboard.
Meaning : ওভটাৰ কার্য ্বা ভাব
Example : লʼৰা-ছোৱালীয়ে মাটিত পালটা দিবলৈ ভাল পায়
Synonyms : উল্টা-পাল্টা, পালটা
Meaning : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
Example : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
Synonyms : অন্যথা, ওলোটা, বিপৰীত, বিৰুদ্ধ
Install App