Meaning : মিলি থকা বা কʼৰবাত লাগি থকা বস্তু পৃথক কৰা
Example :
তেওঁ ্মৌচাকৰ পৰা মৌজোল উলিয়াই আছে
Meaning : নির্দিষ্টভাৱে থকা ঠাইৰ পৰা আঁতৰ্ কৰা অৱস্থা
Example :
কোনোবাই মোৰ নামটো ভোটাৰ তালিকাৰ পৰা আঁ্তৰালে
Synonyms : আঁতৰোৱা, আঁ্তৰাই দিয়া, উলিয়াই দিয়া
Meaning : স্থান, স্বামিত্ব, অধিকাৰ,পদ আদিৰ পৰা পৃথক কৰা
Example :
মালিকে ৰহমানক চাকৰিৰ পৰা উলিয়াই দিলে
Synonyms : বাহিৰ কৰা
Meaning : জাৰি কৰা বা উপল্্ব্ধ কৰা কার্য
Example :
চৰকাৰে নতুন ডাক টিকট উলিয়ালে
Meaning : ভিতৰত সোমোই থকা কোনো বস্তু বাহিৰ কৰা কার্য
Example :
নাপিতজনে ভৰিৰ ্কাঁইটডাল উলিয়ালে
Meaning : লৈ যোৱা
Example :
বৰদেউতাই নিজৰ একমাত্র পুত্রৰ বিয়া বৰ উলহ মালহেৰে উলিয়ালে
Meaning : কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰি উলিওৱা
Example :
টাটাই গাড়ীৰ চাৰিটা মডেল উলিয়াইছে
Synonyms : আৱিষ্কৃত কৰা
Meaning : কোনো বস্তুৰ মাজত পৰা বা সোমাই থকা বস্তু বাহিৰ কৰা
Example :
তেওঁ ্গাখীৰত পৰি থকা মাখিটো উলিয়ালে
Meaning : বাহিৰ কৰা
Example :
তেওঁ নিজৰ মদাহী ভায়েকক ঘৰৰ পৰা উলিয়ালে
Meaning : বিচাৰি সন্মুখত ৰখা কার্য
Example :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
Synonyms : হস্তগত কৰা
Meaning : অপ্রকাশিত বা অজ্ঞাত বস্তু অথবা বিষয়ৰ সন্ধান লাভ বা প্রকাশ
Example :
এডিচনে বিজুনী চাকি আৱিষ্কাৰ কৰিছিল
Synonyms : আৱিষ্কাৰ কৰা