Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজৰ কাম, অধিকাৰ ক্ষেত্র আদিৰ সীমা পাৰ হৈ এনে ঠাই পোৱা কার্য, যʼত ্ যোৱা বা থকা অনুচিত, ্ মর্যাদা-বিৰুদ্ধ বা অবৈধ
Example : সীমান্তত অতিক্রমণ ৰোধ কৰিবৰ কাৰণে ভাৰতীয় সেনাই পহৰা দি আছে
Synonyms : অতিক্রমণ, উপক্রম, লংঘন
Meaning : কোনো নিশ্চিতি, প্রতিজ্ঞা, নিয়ম বা বিধি ভাঙি পেলোৱা আৰু তাৰ বিৰুদ্ধে কাম কৰা ক্রিয়া
Example : নিয়মৰ উলংঘন কৰোতাক দণ্ড বিহা হʼব
Synonyms : উলঙ্ঘন
Install App