Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উপ-সভাপতি from অসমীয়া dictionary with examples, synonyms and antonyms.

উপ-সভাপতি   বিশেষ্য

Meaning : কোনো সংস্থাৰ সভাপতিৰ পিছতে থকা পদাধিকাৰী আৰু যি সভাপতিৰ অনুপস্থিতিত ্ তেওঁৰ সকলো কাম চম্ভালে

Example : পণ্ডিত ৰমাশংকৰদেৱ এই সংস্থাটোৰ উপ সভাপতি

Synonyms : উপ সভাপতি, উপসভাপতি

Meaning : সভাপতিৰ অনুপস্থিতিত সভাপতিৰ কামকাজ সুচাৰুৰূপে চলোৱাৰ কাৰণে থকা বিশেষ বিষয়া বা সভাপতিতকৈ সৰু অথচ মন্ত্রীতকৈ ডাঙৰ বিষয়া

Example : সভাপতিৰ অনুপস্থিতত ্তেওঁৰ সকলো কার্য উপসভাপতিয়ে কৰে

Synonyms : উপসভাপতি, ভাইচ প্রেচিডেণ্ট