Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উপেক্ষিত from অসমীয়া dictionary with examples, synonyms and antonyms.

উপেক্ষিত   বিশেষ্য

Meaning : যিজন ব্যক্তিৰ উপেক্ষা কৰা হৈছে

Example : তেওঁ আজীৱন দুখীয়া তথা উপেক্ষিতৰ সেৱা নিয়োজিত হৈ আছে

উপেক্ষিত   বিশেষণ

Meaning : যাৰ ওপৰত ধ্যান দিয়া হোৱা নাই

Example : এই গাঁওখন আজিও চৰকাৰৰ দ্বাৰা উপেক্ষিত

Synonyms : অনাদৃত, অৱহেলিত, হেয়

Meaning : যিটো উপেক্ষা কৰিবৰ যোগ্য

Example : প্রভুৰ নির্মিত কোনো বস্তুৱেই উপেক্ষণীয় নহয়

Synonyms : অনাদৃত, অনাদৰণীয়, অৱজ্ঞাত, অৱজ্ঞাপ্রসূত, অৱজ্ঞেয়, অৱহেলনীয়, উপেক্ষণীয়

Meaning : যাক অপমান কৰা হৈছে

Example : অশোকে মদৰ নিচাত নিজৰ বাপেককে অপমানিত কৰিলে

Synonyms : অনাদৃত, অপমানিত, অৱহেলিত, নাকাল, লাঞ্ছিত

Meaning : যাক তিৰস্কাৰ কৰা হৈছে

Example : তিৰস্কৃত লʼৰা-ছোৱালীয়ে হীনমন্যতাত ভোগে

Synonyms : অনাদৃত, তিৰস্কৃত