Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে
Example : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে
Synonyms : পোৱা, প্রাপ্ত, হস্তগত
Meaning : যাক অর্জন ্কৰা হৈছে বা উপার্জন ্কৰা হৈছে
Example : এই সকলোবোৰ সম্পত্তি মই নিজে অর্জিত কৰিছোঁ, কাৰো দিয়া হোৱা নহয়
Synonyms : অর্জিত
Install App