Subscribe
URL of the page has been copied to clipboard.
Meaning : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
Example : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
Synonyms : খিতাপ, পদবী
Meaning : শিক্ষাৰ ক্ষেত্রত লাভ কৰা উপাধি
Example : তেখেতক আচার্য শিক্ষা-সন্মানেৰে সন্মানিত কৰা হʼল
Synonyms : বিদ্যা-উপাধি, শিক্ষা-সন্মান
Meaning : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
Example : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
Synonyms : উপনাম, পদবী, বংশনাম
Install App