Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উপহ্রদ from অসমীয়া dictionary with examples, synonyms and antonyms.

উপহ্রদ   বিশেষ্য

Meaning : বৰ ডাঙৰ জলৰাশিৰ পৰা বালি বা মাটিয়ে পৃথক কৰি ৰখা জলৰাশি

Example : চৰিওফালে বিয়পি থকা সেউজীয়া গছ-গছনি, উপহ্রদ, সাগৰৰ পাৰ আদিয়ে দৃশ্যটোক মনোৰম কৰি তুলিছে

Synonyms : লেগুন