Subscribe
URL of the page has been copied to clipboard.
Meaning : উপযুক্ত হোৱা অৱস্থা বা ভাব
Example : সামগ্রীৰ উপযুক্ততা চাইহে সেই সামগ্রী কিনা উচিত
Synonyms : ঔচিত্য, সমীচীনতা
Meaning : জ্ঞান, অনুভব, শিক্ষা আদিৰ সেই বিশেষ গুণ যাৰ আধাৰত কোনোৱে যিকোনো কাম বা পদৰ কাৰণে উপযুক্ত হিচাপে বিবেচিত হয়
Example : প্রতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা বিদ্যার্থীৰ যোগ্যতা বিচাৰ কৰি চোৱা হয়
Synonyms : ক্ষমতা, যোগ্যতা, সামর্থ্য
Install App