Subscribe
URL of the page has been copied to clipboard.
Meaning : কামত অহা বা লগা কার্য
Example : আমাৰ দেশত চাউলৰ প্রয়োগ বেছিকৈ হয়
Synonyms : প্রয়োগ, ব্যৱহাৰ
Meaning : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
Example : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
Synonyms : ভোগ
Meaning : সুবিধা ভোগ কৰা কার্য
Example : সামন্ত যুগত বেছিভাগ ধনৱান লোকে ভোগ-বিলাসতে নিজৰ জীৱন অতিবাহিত কৰিছিল
Synonyms : ভোগ-বিলাস, সম্ভোগ, সুখ-ভোগ
Install App