Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উপনিৱেশ from অসমীয়া dictionary with examples, synonyms and antonyms.

উপনিৱেশ   বিশেষ্য

Meaning : অন্য ঠাইৰ পৰা অহা মানুহৰ বসতিস্থল

Example : পোন-প্রথমে ইংৰাজসকলে ভাৰতৰ অনেক ঠাইত নিজৰ উপনিৱেশ স্থাপন কৰিছিল

Synonyms : কলনি

Meaning : স্থানীয় খিলঞ্জীয়া অধিবাসী বা জীৱৰ উপৰি বহিৰাগত নৰগোষ্ঠী, জীৱগোষ্ঠী বা বীজাণু আদিয়ে বাস কৰিব লোৱা কোনো ক্ষেত্র বা তেনে গোষ্ঠী

Example : বাৰিষাৰ সময়ত ঠায়ে-ঠায়ে একত্রিত হোৱা পানীতে বীজাণু, মহ-মাখি আদিয়ে পতা উপনিৱেশ, বেমাৰৰ কাৰণ হৈ পৰে

Synonyms : উপনিবেশ, নিবহ

Meaning : এখন ঠাইৰ পৰা গৈ অন্য এখন ঠাইত বসবাস কৰা কার্য

Example : ইংৰাজসকলে ভাৰতত উপনিৱেশ সেই সময়ত স্থাপন কৰিছিল যি সময়ত ভাৰতবর্ষ সৰু সৰু ৰাজ্যত বিভক্ত হৈ আছিল