Subscribe
URL of the page has been copied to clipboard.
Meaning : পানীৰ ওপৰত উপঙা
Example : পুখুৰীটোত এটা শ উপঙি আছে
Meaning : যি দ্রৱত উপঙি আছে
Example : শিশুটোৱে পানীত উপঙি থকা কাগজৰ নাওখন দেখি হাত চাপৰি বজাইছিল
Synonyms : উপঙি থকা, প্লৱমান, ভহা, ভাসন্ত, ভাসমান, ভাহি থকা
Install App