Subscribe
URL of the page has been copied to clipboard.
Meaning : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
Example : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
Synonyms : উদ্যমী
Meaning : প্রয়াস বা উদ্যম থকা ব্যক্তি
Example : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
Meaning : কোনো কামত উদ্যম লৈ লাগি থকা
Example : মোৰ মা এগৰাকী উদ্যোগী মহিলা
Synonyms : উদ্যমী, কাজী
Meaning : প্রয়াস বা চেষ্টা কৰোঁতাজন
Example : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়
Synonyms : উদ্যমী, চেষ্টাশীল, প্রয়াসশীল
Install App