Meaning : উৎসাহ নোহোৱা অৱস্থা বা ভাব
Example :
নিৰুৎসাহৰ কাৰণে মই এই কামটো কৰিব নোৱাৰিলোঁ
Synonyms : অনুৎসাহ, উৎসাহহীনতা, নিৰুৎসাহ
Meaning : উদ্যম বা পৰিশ্রমৰ অভাৱ
Example :
মেচিনৰ যুগত পৰিশ্রমহীনতাৰ প্রকোপ দিনে দিনে বাঢ়ি গৈ আছে
Synonyms : অনুদ্যম, পৰিশ্রমহীনতা