Subscribe
URL of the page has been copied to clipboard.
Meaning : ভৱসাগৰ পাৰ কৰোৱা ব্যক্তি
Example : ঈশ্বৰেই একমাত্র উদ্ধাৰকর্তা
Synonyms : উদ্ধাৰকর্তা
Meaning : যিজনে কাৰোবাক মুক্ত কৰাত সহায় কৰে বা কাৰোবাৰ কষ্ট আদি দূৰ কৰে
Example : আধুনিক সমাজত কিছুমান লোকে ত্রাণকর্তা হোৱাৰ ভাও ধৰে
Synonyms : ত্রাণকর্তা, ৰক্ষক
Install App