Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উদাৰচেতা from অসমীয়া dictionary with examples, synonyms and antonyms.

উদাৰচেতা   বিশেষণ

Meaning : যিজন বহল হৃদয়ৰ

Example : উদাৰ ৰজাই নিজৰ ৰাজপাট দান কৰি বনলৈ গুচি গʼল

Synonyms : উদাৰ, উদাৰচেতীয়া, দিলদাৰ

Meaning : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

Example : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

Synonyms : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰমতি, উদাৰমনা, খোলা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে