Meaning : কোনো প্রশ্ন আদিৰ উত্তৰ দিয়া
Example :
সোহনে মোৰ প্রশ্নৰ সঠিক উত্তৰ দিলে
Synonyms : জবাব দিয়া, সমিধান দিয়া
Meaning : যাৰ উত্তৰ ইতিমধ্যে দিয়া হʼল
Example :
শ্যামে উত্তৰ দিয়া প্রশ্নবোৰক আকৌ এবাৰ পঢ়িছে