Meaning : উত্তৰআমেৰিকাৰ নিবাসী
Example :
কেইজনমান ধনী উত্তৰআমেৰিকানে দুখীয়াৰ সহায়ৰ বাবে ধনৰাশী আগবঢ়ালে
Synonyms : উত্তৰ-আমেৰিকান, উত্তৰআমেৰিকান
Meaning : উত্তৰআমেৰিকা সম্বন্ধী বা উত্তৰআমেৰিকাৰ
Example :
উত্তৰআমেৰিকান দেশবোৰ অপেক্ষাকৃত ভাবে বেছি সমৃদ্ধ
Synonyms : উত্তৰ-আমেৰিকান, উত্তৰআমেৰিকান