Meaning : কাৰোবাৰ মৃত্যু হʼলে বা তেওঁ আঁতৰি গʼলে যি ্তেওঁৰ ্স্থানৰ গৰাকী হয়
Example :
ৰজাই এজন কুশল উত্তৰাধিকাৰীৰ সন্ধান কৰিছিল
Meaning : কোনো লোকৰ মৃত্যুৰ পিছত নিয়ম অনুসাৰে যি ্তেওঁৰ সম্পত্তি আদিৰ অধিকাৰী হয়
Example :
সাধাৰণতে কোনো সম্পত্তিৰ উত্তৰাধিকাৰী তেওঁৰ ্লʼৰা-ছোৱালী আদি হয়