Subscribe
URL of the page has been copied to clipboard.
Meaning : আবেগিক হোৱা অৱস্থা বা ভাব বা চিত্তৰ প্রৱল বৃত্তি
Example : মই আবেগত আহি নাজানো কি কি কʼলোঁ
Synonyms : আবেগ, আৱেগ, আৱেশ, উচ্ছ্বাস, উন্মাদনা, ভাবাবেগ, সংবেগ, হৃদয়োচ্ছ্বাস
Meaning : আৱেগবোৰক তীব্রতৰ কৰা কার্য ্বা অৱস্থা
Example : মিছা দোষাৰোপ শুনাৰ লগে লগে মানসী উত্তেজনাত কঁপি উঠিল
Install App