Meaning : প্রথা বন্ধ কৰা কার্য
Example :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
Synonyms : নিষিদ্ধ কৰা, বন্ধ কৰা
Meaning : উঠিবলৈ প্ৰবৃত্ত কৰা
Example :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
Synonyms : উঠোৱা
Meaning : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
Example :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
Synonyms : উঠোৱা