Subscribe
URL of the page has been copied to clipboard.
Meaning : যি স্থান ওখ হৈ গৈছে
Example : উচ্চতাত বাহন লাহেকৈ চলাব
Meaning : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ
Example :
Synonyms : ওখ, দীঘ, দীর্ঘতা, দৈর্ঘ্য
Meaning : সমুদ্র স্তৰৰ পৰা বা ধৰাতলৰ পৰা ওপৰৰ দূৰত্ব
Example : উৰাজাহাজখন বহুত ওপৰত উৰি আছে
Synonyms : ওপৰ
Install App