Subscribe
URL of the page has been copied to clipboard.
Meaning : যি আচাৰ-বিচাৰ, নীতি আদিৰ দৃষ্টিৰে মহান হয়
Example : আমি আমাৰ পূর্বপুৰুষৰ উচ্চ আদর্শৰ ্পালন কৰিব লাগে
Synonyms : শ্রেষ্ঠ
Meaning : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
Example : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
Synonyms : ওখ, ওখ-পাখ, চৰা, টিং, শিখৰ
Meaning : জাতি, পদ, গুণ আদিৰ বিচাৰত ওপৰৰজন
Example : শ্যাম উচ্চ বংশৰ
Meaning : দীঘল শৰীৰৰ
Example : অমিতাভ বচ্চন ওখ ব্যক্তি
Synonyms : উচ্চতাযুক্ত, উচ্চতাসম্পন্ন, ওখ
Install App