Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word উকা from অসমীয়া dictionary with examples, synonyms and antonyms.

উকা   বিশেষণ

Meaning : ভিতৰত একো নথকা বা যি অপূর্ণ

Example : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে

Synonyms : উদং, খালী, শূন্য, শূন্যগর্ভ, ৰিক্ত

Meaning : যাৰ ওপৰত একো লিখা বা ছপা কৰা হোৱা নাই

Example : তেওঁ বলপূর্বক্্ভাৱে মোৰ পৰা উকা কাগজত চহী কৰালে

Synonyms : চাদা

Meaning : ৰং বিহীন

Example : বিধবাসকলে বগা কাপোৰ পিন্ধে

Synonyms : চাদা