Subscribe
URL of the page has been copied to clipboard.
Meaning : ইৰাণৰ অধিবাসী
Example : কিছুমান ইৰাণীয়ে খেতি কৰি জীৱন নি্র্বাহ কৰি আছে
Synonyms : ইৰাণ বাসী, ইৰাণ-বাসী, ইৰাণবাসী, পার্চিয়ান
Meaning : ইৰাণত থকা বা বসতি কৰা
Example : এই বিশ্ববিদ্যালয়ত ভালেমান ইৰাণী ছাত্র-ছাত্রীয়ে পঢ়ি আছে
Meaning : ইৰাণ দেশৰ সৈতে সম্বন্ধ থকা
Example : ইৰাণী ্অর্থব্যৱস্থা খনিজ তেলৰ ওপৰত নি্র্ভৰ কৰে
Synonyms : পাৰস্য
Install App