Subscribe
URL of the page has been copied to clipboard.
Meaning : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
Example : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
Synonyms : পাৰিতোষিক, পুৰস্কাৰ, বকচিচ
Meaning : কোনো কামৰ স্বীকৃতি স্বৰূপে দিয়া সন্মান বা বস্তু আদি
Example : স্বাধীনতা দিৱস উপলক্ষে সকলো বিদ্যালয়তে পুৰস্কাৰ দিয়া হয়
Synonyms : পুৰস্কাৰ, বঁট্া
Install App