Meaning : ইজৰাইলৰ অধিবাসী
Example :
চৰকাৰে ইজৰাইলী সকলক গাঞ্জা এৰিবলৈ কৈছে
Synonyms : ইজৰাইল বাসী, ইজৰাইলবাসী
Meaning : ইজৰাইলৰ লগত সম্পর্ক ্থকা বা ইজৰাইলৰ
Example :
সীমান্তত বোমা বিস্ফোৰণৰ লগে লগে সাতজন ইজৰাইলী সীমা সুৰক্ষাকাৰীৰ মৃত্যু হʼল