Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ইংৰাজী from অসমীয়া dictionary with examples, synonyms and antonyms.

ইংৰাজী   বিশেষ্য

Meaning : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা

Example : তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে

Synonyms : ইংলিচ, ইংৰাজী ভাষা

Meaning : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়

Example : তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়

ইংৰাজী   বিশেষণ

Meaning : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ

Example : আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ

Synonyms : ইংলিচ

Meaning : ইংলেণ্ডৰ সৈতে সম্বন্ধ থকা বা ইংলেণ্ডৰ

Example : ইংৰাজসকল গুচি গʼল যদিও ইংৰাজী সভ্যতা ইয়াতে এৰি থৈ গʼল