Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
Example : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
Synonyms : আচ্ছাদন, ঢাকনী, ্সাঁফৰ
Meaning : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
Example : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
Synonyms : আচ্ছাদক, আচ্ছাদন, কবচ, ঢাকনি
Meaning : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
Example : বাদামৰ ওপৰত বহুত টান খোলা থাকে
Synonyms : কবচ, খোলা
Install App