Subscribe
URL of the page has been copied to clipboard.
Meaning : যাক বন্ধা হৈছে
Example : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে
Synonyms : অমুক্ত, নিৱদ্ধ
Meaning : আৱদ্ধ হৈ থকা
Example : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়
Synonyms : বন্ধ
Meaning : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়
Example : সৌ বন্ধ নলাটো চাফা কৰি আছে
Synonyms : অৱৰুদ্ধ, অৱৰোধিত, নিৰুদ্ধ, বন্ধ, বাধাগ্রস্ত, ৰুদ্ধ
Install App