Meaning : আৰোহণ কৰা ব্যক্তি
Example :
আৰোহীসকলৰ কাৰণে ঠায়ে-ঠায়ে জিৰণি কক্ষ সাজি দিয়া হৈছে
Synonyms : আৰোহক
Meaning : যিজনে কোনো ঘোৰা, গাড়ী বা বাহনৰ ওপৰত উঠি আছে
Example :
যুদ্ধৰ সময়ত বহুতো আৰোহীয়ে বীৰগতি লাভ কৰিলে
Meaning : কোনো বস্তুৰ ওপৰত উঠা বা বহা
Example :
চাইকেল আৰোহী ব্যক্তিজন সৰি পৰিল
Meaning : যাৰ ওপৰত উঠিব পৰা যায়
Example :
আজি আমি এটা আৰোহী পাহাৰৰ ওপৰত উঠিম
Meaning : কিহবাৰ ওপৰেৰে বগাই যোৱা বা উঠি যোৱা
Example :
তেওঁ এই আৰোহী দলটোৰ লগত গৈ আছে