Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কাম, কথা আদিৰ আৰম্ভণ
Example : পণ্ডিতজনে পূজা আৰম্ভ কৰিলে
Synonyms : চুৰু কৰা, সূত্রপাত কৰা
Meaning : কোনো আৰম্ভণি হোৱা
Example : আমেৰিকাই ইৰাকৰ লগত যুদ্ধ আৰম্ভ কৰিলে
Synonyms : সূত্রপাত ঘটা
Meaning : কথা আদিৰ আৰম্ভ কৰা
Example : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে
Synonyms : উলিওৱা
Install App