Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আয়ুস from অসমীয়া dictionary with examples, synonyms and antonyms.

আয়ুস   বিশেষ্য

Meaning : জন্মৰ পৰা ধৰি এতিয়ালৈকে জীৱন কাল বা পাৰ হৈ যোৱা জীৱন কাল

Example : শ্যাম মোতকৈ বয়সত দুবছৰ ডাঙৰ এই প্রতিযোগিতাত দহ বছৰতকৈ কম বয়সৰ লʼৰা-ছোৱালীয়ে অংশগ্রহণ কৰিব নোৱাৰে

Synonyms : আয়ু, আয়ুকাল, আয়ুবেলি, আয়ুষ্কাল, জীৱদ্দশা, জীৱনকাল, পৰমায়ু, বয়স

Meaning : জন্মৰ পৰা মৃত্যুলৈকে দিন, মাহ, বছৰ আদিৰে গণনা কৰি উলিওৱা সময়ছোৱা:মানুহৰ গড় আয়ুসকাল ষাঠিৰ পৰা সত্তৰ বছৰ

Example :

Synonyms : জিন্দেগী, জীৱনকাল, বয়স

Meaning : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে

Example : বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়

Synonyms : জীৱন