Subscribe
URL of the page has been copied to clipboard.
Meaning : ভাৰতীয় মাহৰ হিচাপত জেঠৰ পিচৰ আৰু শাওণৰ আগৰ মাহটো:আহাৰত বৰষুণ বেছি হোৱা সত্ত্বেও কৃষি কার্যত খেতিয়কসকল লাগি আছে
Example :
Synonyms : আষাঢ়
Meaning : আহাৰ খোৱা কার্য
Example : আহাৰ সমাপ্ত কৰাৰ পিছত ্তেওঁ বিশ্রাম কৰিবলৈ গʼল
Synonyms : অন্নগ্রহণ, ভোজন
Meaning : দিনটোৰ নির্দিষ্ট সময়ত গ্রহণ কৰা গধুৰ আহাৰ
Example : তেওঁ ্ ভগৱানক আগ কৰি দিহে অন্ন গ্রহণ কৰে
Synonyms : অন্ন, ভোজন
Install App