Subscribe
URL of the page has been copied to clipboard.
Meaning : ঈশ্বৰক বিশ্বাস কৰা লোক
Example : মহাশিৱৰাত্রিৰ শুভমুহূর্তত শিৱ মন্দিৰৰ সন্মুখত ঈশ্বৰভক্তৰ ভিৰ হৈছিল
Synonyms : ঈশ্বৰবাদী, ঈশ্বৰভক্ত
Meaning : যি বেদ, ঈশ্বৰ আৰু পৰলোক আদিৰ ওপৰত বিশ্বাস ৰাখে
Example : প্রকৃত হিন্দু আস্তিক হয়
Synonyms : ঈশ্বৰনিষ্ঠ
Install App