Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আসন্ন from অসমীয়া dictionary with examples, synonyms and antonyms.

আসন্ন   বিশেষণ

Meaning : যিটো ওচৰলৈ কাষ আহিছে

Example : আসন্ন নি্র্বাচনৰ প্রতি লক্ষ্যৰাখি নি্র্বাচন আয়োগে সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা কৰি আছে

Synonyms : সন্নিকট

Meaning : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত

Example : মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো

Synonyms : অনাগত, আগতপ্রায়, আগন্তুক, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন