Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আসক্তি from অসমীয়া dictionary with examples, synonyms and antonyms.

আসক্তি   বিশেষ্য

Meaning : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

Example : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

Synonyms : অনুৰাগ, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

Meaning : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

Example : প্রেম নিস্বার্থ ্ হʼব লাগে

Synonyms : অনুৰাগ, পীৰিতি, প্রীতি, প্রেম, ভালপোৱা, মহব্বত

Meaning : আসক্ত হোৱা ক্রিয়া বা ভাব

Example : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

Synonyms : অনুৰাগ, ইচ্ছানুভূতি, টান, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ