Subscribe
URL of the page has been copied to clipboard.
Meaning : যি প্রেমত আসক্ত
Example : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
Synonyms : অনুৰক্ত, অনুৰাগী, প্রেমাসক্ত
Meaning : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
Example : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
Synonyms : মুগ্ধ, মোহাবিষ্ট, মোহিত, ৰক্ত
Install App