Subscribe
URL of the page has been copied to clipboard.
Meaning : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়
Example : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে
Synonyms : আলয়, মন্দিৰ
Meaning : সাধু-সন্তৰ নিবাস স্থল
Example : উত্তৰ কাশী ফুৰিবৰ সময়ত আমি কিছুদিন এটা মঠত কটাইছিলো
Synonyms : মঠ
Meaning : ঋষি বা মুনি থকা ঠাই:বনবাসত থাকোতে শ্রীৰামে পঞ্চৱতীত নিজৰ আশ্রম পাতিছিল
Example :
Install App