Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word আশা from অসমীয়া dictionary with examples, synonyms and antonyms.

আশা   বিশেষ্য

Meaning : যিটো হʼব পাৰে

Example : বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি আজি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে

Synonyms : প্রত্যাশা, সম্ভবতা, সম্ভবপৰতা, সম্ভাব্যতা, সম্ভাৱনা, সম্ভৱতা

Meaning : কাৰোবাৰ দ্বাৰা কোনো কাম হʼব পাৰে বা হʼব বুলি ভৰসা কৰা কার্য

Example : সকলো দেউতাকেই নিজৰ পুতেকে তেওঁৰ জীৱনত সফল হোৱাটো আকাংক্ষা কৰে

Synonyms : আকাংক্ষা

Meaning : কোনো কাম হʼব বুলি বা কোনো বস্তু পাম পাম বুলি ভবা মনৰ এক অৱস্থা:মই তেওঁৰ্ পৰা এনে ব্যৱহাৰ পাম বুলি আশা কৰা নাছিলো

Example :

Synonyms : অভিলাষ, আকাংক্ষা, আশ, আশা-দশা, আশা-ভাৰসা, কামনা, বাঞ্ছা, ভাৰসা

Meaning : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

Example :

Synonyms : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, ধাউতি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ

Meaning : যাৰ ওপৰত আশা কেন্দ্রিত হৈ থাকে

Example : জয়ৰ বাবে আপুনিয়েই মোৰ আশামোৰ বাবে আপুনিয়েই এক আশা আছিল আৰু আপুনিয়ে উত্তৰ দি দিলে

Synonyms : ভৰসা