Subscribe
URL of the page has been copied to clipboard.
Meaning : মনত হোৱা দুর্ভাৱনা
Example : কিবা দুর্ঘটন্া ঘটিব পাৰে বুলি ্ তেওঁৰ আশংকা আছিল
Synonyms : বুকু কঁপ্া-, ভীতি, ভয়, ভয়-ভ্রান্তি, ভয়-সংশয়, শংকা, সংশয়
Meaning : এইটো এনেকুৱাই হয় বা নহয় বুলি কোনো বিষয়ত কৰা ধাৰণা
Example : মোৰ ৰামৰ কথাৰ ওপৰত সন্দেহ আছে
Synonyms : শংকা, শঙ্কা, সংশয়, সন্দেহ
Install App