Meaning : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
Example :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
Synonyms : অসন্তুষ্টতা, তিক্ততা, বিৰক্তি
Meaning : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
Example :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
Synonyms : বিৰক্তি
Meaning : বিৰক্তিৰ অৱস্থা বা ভাৱ
Example :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
Synonyms : বিৰক্তি